ಅರ್ಥ : জুই আদি লাগি নষ্ট হোৱা বা বেয়া হোৱা
							ಉದಾಹರಣೆ : 
							এই কিতাপখনৰ কিছুমান পাত জুয়ে পুৰিলে
							
ಸಮಾನಾರ್ಥಕ : জলা, জ্বলা, জ্বলি যোৱা, পোৰা যোৱা
ಅರ್ಥ : শৰীৰৰ কোনো অংগ শুকাই যোৱাৰ কাৰণে বিষ অনুভৱ কৰা কার্য
							ಉದಾಹರಣೆ : 
							এমাহ ধৰি একেৰাহে ৰʼদত কাম কৰাৰ কাৰণে মোৰ শৰীৰটো পুৰি আছে
							
ಸಮಾನಾರ್ಥಕ : চমচমোৱা
ಅರ್ಥ : জ্বলন বা পোৰণ অনুভব কৰা
							ಉದಾಹರಣೆ : 
							মোৰ ভৰিকেইখন গৰমৰ দিনত বহুত পোৰে