ಅರ್ಥ : উভতি অহা কার্য ্বা ভাব
							ಉದಾಹರಣೆ : 
							আজি শ্যাম গাঁৱৰ পৰা ঘূৰি অহা সম্ভৱ নহʼব
							
ಸಮಾನಾರ್ಥಕ : উভতি অহা, ঘূৰি অহা, প্রত্যাৱর্তন, ফিৰি অহা
ಅರ್ಥ : পুনৰাই অহা বা দ্বিতীয়বাৰ অহা কার্য
							ಉದಾಹರಣೆ : 
							অতিথিৰ পুনৰাগমনত গৃহস্থ হতবাক হʼল
							
ಸಮಾನಾರ್ಥಕ : পুনৰাগমন, প্রত্যাৱর্তন