ಅರ್ಥ : জন্তু বা প্রাণীৰ উৎপত্তি, বিকাশ, স্বৰূপ আৰু সিহঁতৰ বিভিন্ন বিভাগ আদিৰ বিচাৰ-বিশ্লেষণ কৰা বিজ্ঞান
							ಉದಾಹರಣೆ : 
							প্রাণীবিজ্ঞান সুশান্তৰ প্রিয় বিষয়
							
ಸಮಾನಾರ್ಥಕ : প্রাণীবিজ্ঞান
ಅರ್ಥ : যি বিজ্ঞানত জীৱ-জন্তু আৰু বনস্পতি আদিৰ উৎপত্তি, স্বৰূপ, বিকাশ আৰু শ্রেণীবিভাজন আদিৰ বিশেষভাৱে অধ্যয়ন কৰা হয়
							ಉದಾಹರಣೆ : 
							মনীষদেৱ প্রাণীবিজ্ঞানৰ প্রৱক্তা
							
ಸಮಾನಾರ್ಥಕ : জীৱ বিজ্ঞান, জীৱবিজ্ঞান, প্রাণীবিজ্ঞান