ಅರ್ಥ : কোনো বস্তুক ব্যৱহাৰৰ কাৰণে অনা কার্য
							ಉದಾಹರಣೆ : 
							যিটো উপদেশ দিয়া হৈছে তাক প্রয়োগ কৰা
							
ಸಮಾನಾರ್ಥಕ : কামত লগোৱা, ব্যৱহাৰ
ಅರ್ಥ : কোনো কথা জানিবৰ কাৰণে বা বুজিবৰ কাৰণে অথবা পৰীক্ষা, অনুসন্ধান আদিৰ ৰূপত হোৱা কোনো কার্য ্বা সাধন
							ಉದಾಹರಣೆ : 
							আমি প্রয়োগ কৰিবৰ কাৰণে গৱেষণাগাৰলৈ গʼলোঁ