ಅರ್ಥ : কলি ফুললৈ সলনি হোৱা ৰূপ
							ಉದಾಹರಣೆ : 
							সূর্যৰ ্  পোহৰ পোৱাৰ লগে লগে অনেক কলি ফুলিল
							
ಸಮಾನಾರ್ಥಕ : কলি পেলা, কলিয়া, পুষ্পান্বিত হোৱা, ফুল ধৰা, মঞ্জৰিত হোৱা, মলিয়া
ಅರ್ಥ : আঘাত, ৰোগ আদিৰ বাবে শৰীৰৰ কোনো অংগ (বিষৰ সৈতে) ফুলি উঠা
							ಉದಾಹರಣೆ : 
							আঘাত পোৱাৰ ফলত তেওঁৰ আঠুটো ফুলি গʼল
							
ಅರ್ಥ : কোনো বস্তুৰ ভিতৰ ভাগত বতাহ, তৰল পদার্থ আদি ভৰি যোৱাৰ বাবে বেছি প্রসাৰিত হোৱা বা বাঢ়ি যোৱা
							ಉದಾಹರಣೆ : 
							এই বেলুনটো বহুত ফুলেপানীত তিয়াই থোৱা ৰুট ফুলি গʼল