ಅರ್ಥ : লʼৰা-ছোৱালীৰ দ্বাৰা কট্টীক বাতিল কৰি পুনৰ মিত্ৰতাৰ সম্বম্ধ স্থাপন কৰা কাৰ্য যʼত তেওঁলোকে হাতৰ কিছুমান আঙুলি পৰস্পৰে স্পৰ্শ কৰা কাৰ্য
							ಉದಾಹರಣೆ : 
							লʼৰা-ছোৱালীয়ে কথাই কথাই কট্টী কৰি পিছত বট্টী কৰি লয়
							
ಸಮಾನಾರ್ಥಕ : বাট্টী
ಅರ್ಥ : পূঁজ ্ শুকাবৰ কাৰণে ঘাঁত দিয়া কাপোৰৰ টুকুৰা
							ಉದಾಹರಣೆ : 
							চিকিৎসকে তেওঁৰ ্ ঘাঁত পট্টী বান্ধি আছে
							
ಸಮಾನಾರ್ಥಕ : পট্টী