ಅರ್ಥ : গতিত বাধাৰ উৎপন্ন হোৱা কার্য
							ಉದಾಹರಣೆ : 
							মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল
							
ಸಮಾನಾರ್ಥಕ : আটক কৰা, গতিৰুদ্ধ হোৱা, ৰখা, ৰৈ যোৱা
ಅರ್ಥ : ৰোধ বা ৰৈ যোৱা
							ಉದಾಹರಣೆ : 
							পানী যোৱা নলাটো অৱৰোধ হৈ গʼল
							
ಸಮಾನಾರ್ಥಕ : অৱৰুদ্ধ হোৱা, অৱৰোধ হোৱা, আৱদ্ধ হোৱা