ಅರ್ಥ : কোনো যান বা বাহনৰ ওপৰত বহাত প্রবৃত্ত হোৱা
							ಉದಾಹರಣೆ : 
							চালকজনে লʼৰাটোক ঘোঁৰাত  বহুৱালে
							
ಸಮಾನಾರ್ಥಕ : উঠোৱা
ಅರ್ಥ : কোনো নাৰীক পত্নীৰ ৰূপত ৰাখি লোৱা
							ಉದಾಹರಣೆ : 
							ঠাকুৰে ৰামুৰ বোৱাৰীক নিজৰ ঘৰত বহুৱালে
							
ಅರ್ಥ : কোনো পদত কার্যনি্র্বাহ কৰা
							ಉದಾಹರಣೆ : 
							চাণক্যই চন্দ্রগুপ্তক তক্ষশীলাৰ সিংহাসনত বহুৱাইছিল
							
ಸಮಾನಾರ್ಥಕ : আসীন কৰা