ಅರ್ಥ : জন্মৰ পৰা এক-দুই বছৰ বয়সৰ লʼৰা-ছোৱালী
							ಉದಾಹರಣೆ : 
							মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে
							
ಸಮಾನಾರ್ಥಕ : কেঁচুৱাশিশু, পেন্দুকণা, বালক
ಅರ್ಥ : কম বয়সীয়া লʼৰা বা ছোৱালী
							ಉದಾಹರಣೆ : 
							তেওঁ শিশুৰ কাৰণেও গল্প লিখে  এই চিনেমাখন সৰু লʼৰা-ছোৱালীয়ে খুউব ভাল পায়
							
ಸಮಾನಾರ್ಥಕ : বালক-বালিকা, লʼৰা-ছোৱালী, শিশু, সৰু লʼৰা-ছোৱালী