ಅರ್ಥ : কোনো শৈক্ষিক সংস্থাৰ শিক্ষক, বিদ্যার্থী আদি
							ಉದಾಹರಣೆ : 
							পোন্ধৰ আগষ্টত সম্পূর্ণ বিদ্যালয়ে খেল ধেমালিত অংশগ্রহণ কৰিলে
							
ಸಮಾನಾರ್ಥಕ : স্কুল
ಅರ್ಥ : যি সময়সীমাৰ ভিতৰত স্কুলৰ শিক্ষাদান আদি কার্য হয়
							ಉದಾಹರಣೆ : 
							স্কুলৰ পিছত আমি চিধা ঘৰলৈ যাম  মোৰ স্কুল চাৰি বজালৈকে হয়
							
ಸಮಾನಾರ್ಥಕ : স্কুল
ಅರ್ಥ : এক শৈক্ষিক সংস্থা বা শিক্ষা প্রদান কৰোঁতা সংস্থা
							ಉದಾಹರಣೆ : 
							এই বিদ্যালয় চাৰি বছৰ আগতে স্থাপন হৈছিল
							
ಸಮಾನಾರ್ಥಕ : শিক্ষানুস্থান