ಅರ್ಥ : বিশ্বাসঘাতকতা কৰা ব্যক্তি
							ಉದಾಹರಣೆ : 
							আধুনিক যুগত বিশ্বাসঘাতকৰ অভাৱ নাই
							
ಸಮಾನಾರ್ಥಕ : বিশ্বাসঘাতক, বিশ্বাসঘাতী
ಅರ್ಥ : যি বিশ্বাসঘাতকতা কৰে
							ಉದಾಹರಣೆ : 
							বিশ্বাসঘাতকীৰ ওপৰত আস্থা ৰখাটো উচিত হোৱা নাই
							
ಸಮಾನಾರ್ಥಕ : অপঘাটক, অপঘাতী, দগাবাজ, নিমখ হাৰাম
ಅರ್ಥ : বিশ্বাসঘাত কৰোতাজন
							ಉದಾಹರಣೆ : 
							বিশ্বাসঘাতক লোকযে সমাজত কমা নাই ইতিহাস তাৰ সাক্ষী
							
ಸಮಾನಾರ್ಥಕ : বিশ্বাসঘাতক, বিশ্বাসঘাতী