ಅರ್ಥ : অনুবীক্ষণ যন্ত্রৰ দ্বাৰা চাব পৰা খালী চকুৰে নেদেখা সূক্ষ্ম প্রাণী
							ಉದಾಹರಣೆ : 
							জীৱাণুৱে নানাধৰণৰ ৰোগ বিয়পায়
							
ಸಮಾನಾರ್ಥಕ : জীৱাণু
ಅರ್ಥ : সাধাৰণ অনুবীক্ষণ যন্ত্রৰ দ্বাৰা নেদেখা আৰু নিজৰ পোষণ আৰু জননৰ বাবে পৰজীৱীৰ ৰূপত কোনো কোষৰ ভিতৰত থকা অতি সূক্ষ সংক্রামক জীৱ
							ಉದಾಹರಣೆ : 
							বীজাণুৰ পৰা কেইবা প্রকাৰৰো ৰোগ হয়
							
ಸಮಾನಾರ್ಥಕ : ভাইৰাচ
ಅರ್ಥ : বতাহ, খোৱা-বস্তু, পানী আদিত মিহলি হৈ থকা এবিধ সূক্ষ্ম জীৱ যি অনেক ৰোগৰো মূল কাৰক
							ಉದಾಹರಣೆ : 
							বীজাণু মানুহৰ কাৰণে ঘাতক স্বৰূপ
							
ಸಮಾನಾರ್ಥಕ : জীৱাণু