ಅರ್ಥ : কাৰোবাৰ বেয়া গুণ বা দোষ সম্পর্কে ্ কোৱা
							ಉದಾಹರಣೆ : 
							তেওঁ ্সদায় আনৰ নিন্দা কৰে
							
ಸಮಾನಾರ್ಥಕ : আঙুলি উঠোৱা, ঠাট্টা কৰা, থু থু কৰা, নিন্দা কৰা
ಅರ್ಥ : নীতি পথৰ পৰা ভ্রষ্ট কৰা কার্য
							ಉದಾಹರಣೆ : 
							তেওঁ ্মোৰ লʼৰাটো বেয়া কৰিলে
							
ಅರ್ಥ : বেয়া দশা বা অৱস্থালৈ অনা কার্য
							ಉದಾಹರಣೆ : 
							ৰঞ্জনে মোৰ ঘড়ীটো বেয়া কৰিলে
							
ಅರ್ಥ : কোনো বস্তু তৈয়াৰ কৰাৰ সময়ত এনে ধৰণৰ ভুল ত্রুটি হোৱা যাৰ কাৰণে বস্তুটো ভাল নহয় বুলি সকলোৱে মানি লয়
							ಉದಾಹರಣೆ : 
							দর্জীজনে মোৰ কাপোৰ যোৰ বেয়া কৰিলে
							
ಸಮಾನಾರ್ಥಕ : নষ্ট কৰা