ಅರ್ಥ : বিদ্যালয়ৰ শ্রেণীলমূহৰ বেৰত লগোৱা কʼলা বৰণৰ আখৰ লিখিব পৰা ফলক বিশেষ
							ಉದಾಹರಣೆ : 
							কৃষ্ণফলকত সদায় নীতি-বাক্য লিখা হয়
							
ಸಮಾನಾರ್ಥಕ : কৃষ্ণফলক, ব্লেকবোর্ড
ಅರ್ಥ : লিখিবৰ বাবে ব্যৱহাৰ কৰা কাঠেৰে তৈয়াৰী কʼলা ৰঙৰ চাৰিচুকীয়া ফলক
							ಉದಾಹರಣೆ : 
							গুৰুজীয়ে কৃষ্ণফলকত গণিতৰ প্রশ্ন লিখি আছে
							
ಸಮಾನಾರ್ಥಕ : কৃষ্ণফলক