ಅರ್ಥ : ভাড়া দি কোনো বাহনত কʼৰবালৈ যোৱা যাত্রী অথবা কʼৰবালৈ নিয়া সামগ্রী
							ಉದಾಹರಣೆ : 
							সকলো টেক্সীৱালাই ভাৰা লৈ গʼল
							
ಸಮಾನಾರ್ಥಕ : ভাৰা
ಅರ್ಥ : কোনো বাহনত উঠাৰ বাবদ দিবলগীয়া হোৱা নিশ্চিত ধন
							ಉದಾಹರಣೆ : 
							ইয়াৰ পৰা দিল্লীলৈ  ভাড়া কিমান
							
ಸಮಾನಾರ್ಥಕ : পৰিবহন ভাৰা, ভাৰা