ಅರ್ಥ : আনন্দ পাওঁতে অনুভৱ হোৱা
							ಉದಾಹರಣೆ : 
							এই দৃশ্যটো মোৰ ভাল লাগিছে
							
ಸಮಾನಾರ್ಥಕ : মন ভুলোৱা, মনঃপুত হোৱা, সুখপ্রদ লগা
ಅರ್ಥ : ৰুচিৰ অনুকূল হোৱা
							ಉದಾಹರಣೆ : 
							আপোনাৰ সকলো বস্তুৱেই পচন্দ হʼব বুলি কোনো কথা নাই  মোৰ এই কামটো ভাল লগা নাই
							
ಸಮಾನಾರ್ಥಕ : পচন্দ হোৱা, মন লগা, মনঃপুত হোৱা, মনোমত হোৱা, ৰুচিকৰ হোৱা