ಅರ್ಥ : যাৰ বুদ্ধি নাই বা কম
							ಉದಾಹರಣೆ : 
							সমাজত মূর্খৰ ্ অভাৱ নাই
							
ಸಮಾನಾರ್ಥಕ : অজগৌ, অজমূর্খ, অজ্ঞ, অজ্ঞানী, অবুদ্ধি, অহম্মক, আওগৰু, আজান, গমা-গৰু, গাধা, গো-মুর্খ, গোট গৰু, গোটকাঠ, গোমার্গা, গৰু, দগধা, নির্বোধ, বুদ্ধিশূন্য, বুদ্ধিহীন, মহামূর্খ, মূঢ়, মূঢ়মতি, মূর্খ, মূর্খ ্লোক, মূৰুখ, মূৰুখমতি, স্থূলবুদ্ধি, হতবুদ্ধি, ্জধামূর্খ
ಅರ್ಥ : কম বা সামান্য বুদ্ধিযুক্ত
							ಉದಾಹರಣೆ : 
							অল্পজ্ঞ বিদ্যার্থীসকলক পঢ়াবৰ বাবে শিক্ষকসকলে অধিক পৰিশ্রম কৰিব লাগে
							
ಸಮಾನಾರ್ಥಕ : অল্পজ্ঞ, অল্পজ্ঞানী, অল্পবুদ্ধি
ಅರ್ಥ : যাৰ বুদ্ধি পূর্ণৰূপত বিকশিত হোৱা নাই
							ಉದಾಹರಣೆ : 
							ইয়াত ভোদা ছোৱালীবোৰক প্রশিক্ষিত কৰা হয়
							
ಸಮಾನಾರ್ಥಕ : অপ্রতিভ, মন্দবুদ্ধি