ಅರ್ಥ : কৃত্রিমভাৱে উৎপাদিত হোৱা কোনো বস্তুৰ প্রকাৰ
							ಉದಾಹರಣೆ : 
							মটৰ গাড়ীৰ এইটো মডেল বহুত পুৰণা
							
ಅರ್ಥ : টিভি, ৰেডিঅʼ আদিৰ মাধ্যমেৰে বা দর্শকৰ সন্মুখত, প্রত্যক্ষ ৰূপত নতুনকৈ উৎপাদিত হোৱা কোনো বস্তুৰ প্রচাৰ চলোৱা ব্যক্তি
							ಉದಾಹರಣೆ : 
							মডেলো এক প্রকাৰৰ কলাকাৰ