ಅರ್ಥ : নৱবিধ ৰত্নৰ এবিধ ৰঙা মূল্যবান পাথৰ
							ಉದಾಹರಣೆ : 
							সোণ, ৰূপ, মাণিকেৰে ৰজা দশৰথৰ ভঁ্ৰাল ভৰি আছিল
							
ಸಮಾನಾರ್ಥಕ : মণি-মাণিক্য, মাণিক
ಅರ್ಥ : বিন্ধা কৰিও পিন্ধিব পৰা এবিধ ৰত্ন
							ಉದಾಹರಣೆ : 
							সীমাই মণিৰ মালা পিন্ধিছে
							
ಅರ್ಥ : চকুৰ মাজভাগত থকা গোল কʼলা অংশ:চকুৰ ভিতৰৰ এটা অতি কোমল আৰু গুৰুত্বপূর্ণ অংশ হʼল চকুৰ মণি
							ಉದಾಹರಣೆ : 
							
							
ಸಮಾನಾರ್ಥಕ : অক্ষিগোল, অক্ষিতাৰকা, চকুৰ মণি, নেত্রতাৰকা, নয়নতৰা, নয়নমণি