ಅರ್ಥ : কাৰোবাক নিজৰ ঠাইলৈ বা ওচৰলৈ আহিবলৈ নিমন্ত্রণ জনোৱা
							ಉದಾಹರಣೆ : 
							আইতাই ককাক ইংগিতেৰে মাতি আছে
							
ಅರ್ಥ : আমন্ত্রণ জনোৱা
							ಉದಾಹರಣೆ : 
							তেওঁ নিজৰ বিয়ালৈ আমাৰ সকলোকে নিমন্ত্রিত কৰিছে
							
ಸಮಾನಾರ್ಥಕ : আমন্ত্রিত কৰা, নিমন্ত্রণ দিয়া, নিমন্ত্রিত কৰা
ಅರ್ಥ : কোনো জন্তুৰ মুখৰ পৰা ধ্বনি ওলোৱা
							ಉದಾಹರಣೆ : 
							ৰাতিপুৱা চৰায়ে মাতে
							
ಅರ್ಥ : কোনো পৰিচিতৰ লগত কথা কোৱা
							ಉದಾಹರಣೆ : 
							আজিকালি শীলাই মোক নামাতে