ಅರ್ಥ : যি লিপিত মালায়ালম ভাষা লিখা হয়
							ಉದಾಹರಣೆ : 
							এই স্তম্ভটোৰ ওপৰত মালায়ালমত কিবা লিখা আছে
							
ಸಮಾನಾರ್ಥಕ : মালায়ালম লিপি
ಅರ್ಥ : তামিল ভাষাৰ সৈতে অতি ওচৰৰ সম্বন্ধ থকা এটা দ্রাবিড় পৰিয়ালৰ ভাষা যিটো দক্ষিণ ভাৰতত কোৱা হয়
							ಉದಾಹರಣೆ : 
							মই মালয়ালম কʼব পাৰোঁ
							
ಸಮಾನಾರ್ಥಕ : মালয়ালম