ಅರ್ಥ : সূতা, ৰেচম আদিৰ গুচ্চ
							ಉದಾಹರಣೆ : 
							শিশুৰ কাৰণে চুৱেটাৰ গুঁঠিবলৈ কেই মুঠি ঊণ লাগিব
							
ಸಮಾನಾರ್ಥಕ : মুঠা
ಅರ್ಥ : মুঠিত অহা পৰিমাণৰ বস্তু
							ಉದಾಹರಣೆ : 
							তেওঁ ্চাউলৰ পৰা তিনি-চাৰি মুঠি উলিয়াই ভিক্ষাৰীক দিলে
							
ಅರ್ಥ : হাতৰ আঙুলিবোৰ কোঁচাই হাতৰ তলুৱাত হেঁচি ধৰা হাতৰ মুদ্রা বিশেষ
							ಉದಾಹರಣೆ : 
							লʼৰাটোৱে পইচাটো নিজৰ হাতৰ মুঠিত ৰাখি থৈছে