ಅರ್ಥ : আকাশত চাৰিওফালৰ পৰা ঘেৰি ধৰা কʼলা ডাৱৰৰ সমষ্টি
							ಉದಾಹರಣೆ : 
							আকাশত কʼলীয়া মেঘে ছানি ধৰিছে
							
ಸಮಾನಾರ್ಥಕ : কʼলীয়া ডাৱৰ, কʼলীয়া মেঘ, ঘনঘটা, ঘনঘোৰ, মেঘাড়ম্বৰ
ಅರ್ಥ : যি ঋতুত বা মাহত বৰষুণ হয়
							ಉದಾಹರಣೆ : 
							কেতিয়াবা কেতিয়াবা বর্ষাকালত ইমান বৰষুণ হয় যে কোনো কোনো ঠাইত বানপানী হৈ যায়
							
ಸಮಾನಾರ್ಥಕ : প্রাবৃষ, বর্ষা, বর্ষা ঋতু, বর্ষাকাল, বাৰিষা, বাৰিষা বতৰ, বাৰিষাকাল, বৰষুণৰ বতৰ