ಅರ್ಥ : সোণেৰে বনোৱা মুদ্রা
							ಉದಾಹರಣೆ : 
							হৰপ্পাৰ খনন কার্যত কিছুমান সোণৰ মুদ্রা পোৱা গৈছিল
							
ಸಮಾನಾರ್ಥಕ : সোণৰ মুদ্রা, সোণৰ মোহৰ, স্বর্ণ মুদ্রা, স্বর্ণমুদ্রা
ಅರ್ಥ : সোণ বা ৰূপৰ মুদ্রা
							ಉದಾಹರಣೆ : 
							বাদশ্বাহে পুৰস্কাৰ হিচাপে কবিক দুটা সোণৰ মোহৰ দিলে
							
ಅರ್ಥ : ধাতুৰ টুকুৰা আদিৰ সহায়ত ছাপ বহুৱাই মোহৰ বনোৱা কার্য
							ಉದಾಹರಣೆ : 
							টাকশালত টকা-পইচাৰ ছাপ মৰা হয়