ಅರ್ಥ : এজন মানুহে এবাৰত একেলগে পিন্ধা সকলো কাপোৰ
							ಉದಾಹರಣೆ : 
							তেওঁ বাকচত থোৱা কাপোৰবোৰৰ মাজৰ পৰা এযোৰ কাপোৰ উলিয়াই পিন্ধিলে
							
ಸಮಾನಾರ್ಥಕ : যোৰ
ಅರ್ಥ : কোনোধৰণৰ কামত অহা দুটা বস্তু যাক একেলগে এটা বুলি গণ্য কৰা হয়
							ಉದಾಹರಣೆ : 
							মোৰ ছোৱালীজনীক বছৰত পাঁচযোৰ জোতা-চেণ্ডেল লাগে
							
ಸಮಾನಾರ್ಥಕ : যোৰ
ಅರ್ಥ : দুজন ব্যক্তি, বস্তু আদিৰ ইটো-সিটোৰ সৈতে সহযোগ বা সম্বন্ধ থকা
							ಉದಾಹರಣೆ : 
							তেওঁলোকৰ ্যোৰা বহুত ভাল লাগে