ಅರ್ಥ : খোৰাই খোৰাই খোজকঢ়া অৱস্থা
							ಉದಾಹರಣೆ : 
							আপোনাৰ লেঙেৰাই থকাৰ কাৰণ কি ?
							
ಸಮಾನಾರ್ಥಕ : পেঙ্গুচিয়া, লেকেচিয়া
ಅರ್ಥ : যিজনৰ হাত বা ভৰিত বিকৃতি আছে
							ಉದಾಹರಣೆ : 
							চার্কাছত লেঙেৰাৰ খেলা দেখি ্দর্শক আচৰিত হৈছিল
							
ಸಮಾನಾರ್ಥಕ : লেঙ্গেৰা
ಅರ್ಥ : যাৰ এটা ভৰি ভাগিলে বা অকর্মন্য হৈ পৰিলে
							ಉದಾಹರಣೆ : 
							লেঙেৰা ব্যক্তিজনে পেং লৈ খোজকাঢ়িবলৈ চেষ্টা কৰি আছে
							
ಸಮಾನಾರ್ಥಕ : খোৰা
ಅರ್ಥ : যি ভৰিত কোনো ধৰণৰ কষ্ট, দোষ বা বিকাৰ থকা বাবে বেকাকৈ খোজ কাঢ়ে
							ಉದಾಹರಣೆ : 
							লেঙেৰা ৰোগীজন অলপ দূৰ খোজকাঢ়ি বহি দিলে
							
ಅರ್ಥ : যাৰ এটা ভৰি ভাঙিল
							ಉದಾಹರಣೆ : 
							লেঙেৰাজন চকীত বহোঁতেই সৰি পৰিল