ಅರ್ಥ : অধিক ৰʼদ, সাৰ আদিৰ বাবে উদ্ভিদ মৰি যোৱা
							ಉದಾಹರಣೆ : 
							পানীৰ অভাৱত গোটেই শস্যখিনি ্জঁই পৰিল
							
ಸಮಾನಾರ್ಥಕ : জঁই ্পৰা, শুকাই যোৱা
ಅರ್ಥ : যাৰ সতেজতা নোহোৱা হৈছে
							ಉದಾಹರಣೆ : 
							গৰমত লেৰেলা গছ-গছনিবোৰ বৰষুণ পৰোতেই সেউজীয়া হৈ পৰিল
							
ಅರ್ಥ : যি বহুত ্দুর্বল আৰু ক্ষীণ
							ಉದಾಹರಣೆ : 
							তেওঁ ্বেমাৰৰ কাৰণে ক্ষীণকায় হৈ গৈছে
							
ಸಮಾನಾರ್ಥಕ : অস্থি্চর্ম্্সাৰ, কংকালসাৰ, কঙ্কালসাৰ, কিৰকিৰীয়া, কৃশ, ক্ষীণকায়, খিচিৰা, খীণ-মীন, চঁ্ছালি ওলোৱা, চিঁয়া মৰা, চেৰেলা, চেৰেলা-চেপেটা, জঁ্কাভাৰী, টেটেৰা, টোটোৰা পৰা, নলীয়া, মৰ চেৰেলা, মৰকুচিয়া, মৰা মুগা যেন, মৰা-মূছা, লেৰেলা-চেৰেলা, লেৰেলা-ঠেৰেলা, লেৰেলী-ঠেৰেলী (স্ত্রী), শুকান, শুকান-উবান, শোটোৰা পৰা, সোপোৰা, হাড় ছাল, হাড়-খৰাহি, হাড়ত খোৱা