ಅರ್ಥ : জনসাধাৰণ বিশেষকৈ গ্রাম্যলোকৰ মাজত প্রচলিত গাথা বা কাহিনী
							ಉದಾಹರಣೆ : 
							সৰুতে আইতাৰ পৰা সাধু শুনিবলৈ খুউব জোৰ কৰিছিলো
							
ಸಮಾನಾರ್ಥಕ : গল্প, লোক কথা, লোক কাহিনী, সাধু
ಅರ್ಥ : লোক পৰম্পৰা অনুসৰি চলি অহা কথা, কিন্তু যাৰ কোনো সঠিক বা যাৱতীয় প্রমাণ নাথাকে
							ಉದಾಹರಣೆ : 
							এই মন্দিৰটোক লৈ ভালেমান লোককথা প্রচলিত হৈ আহিছে
							
ಸಮಾನಾರ್ಥಕ : কিম্বদন্তী, জনপ্রবাদ, লোকপ্রবাদ