ಅರ್ಥ : যাৰ স্বভাৱত ক্রোধ বা আৱেশ নাই
							ಉದಾಹರಣೆ : 
							ৰোহিতৰ শান্ত স্বভাৱক সকলোৱে ভাল পায়
							
ಸಮಾನಾರ್ಥಕ : ঠাণ্ডা
ಅರ್ಥ : যি উদ্বিগ্ন নহয়
							ಉದಾಹರಣೆ : 
							মোহনৰ জীৱন নিৰুদ্বিগ্ন
							
ಸಮಾನಾರ್ಥಕ : উদ্বিগ্নহীন, নিৰুদ্বিগ্ন, প্রশান্ত
ಅರ್ಥ : যাৰ চিত্ত স্থিৰ
							ಉದಾಹರಣೆ : 
							স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে
							
ಸಮಾನಾರ್ಥಕ : অচঞ্চল, অমত্ত, প্রশান্ত, স্থিৰ, স্থিৰচিত্ত
ಅರ್ಥ : ধৈর্য ধৰিব পৰাজন বা যি ্ ধৈর্য ধৰিব পাৰে
							ಉದಾಹರಣೆ : 
							ধৈর্যশীল মানুহে হাজাৰ কষ্টকৰ কামো সুকলমে কৰিব পাৰে
							
ಸಮಾನಾರ್ಥಕ : ধীৰ, ধীৰ-স্থিৰ, ধৈর্যশীল, ্ধৈর্যব্ান