ಅರ್ಥ : দুই বা ততোধিক বস্তু একেলগে মিহলি কৰা কার্য
							ಉದಾಹರಣೆ : 
							কবিৰাজে ঔষধৰ মিশ্রণ কৰি আছে
							
ಸಮಾನಾರ್ಥಕ : মিশ্রণ
ಅರ್ಥ : ঔষধ তৈয়াৰ কৰিবৰ বাবে বহুতো ঔষধক একেলগে মিলেৱা কার্য
							ಉದಾಹರಣೆ : 
							কবিৰাজে সংমিশ্রণ বনোৱাত লাগি আছে
							
ಅರ್ಥ : মিহলি হোৱা কার্য
							ಉದಾಹರಣೆ : 
							ভালেমান ঔষধিৰ সংমিশ্রণত ছ্যবনপ্রাছ তৈয়াৰ কৰা হয়