ಅರ್ಥ : কোনো ধৰণৰ সীমা বা মর্যাদাৰ সৈতে থকা আৰু তাৰ উলঙ্ঘন নকৰাজন
							ಉದಾಹರಣೆ : 
							মর্যাদাসম্পন্ন ব্যক্তি শ্রদ্ধাৰ পাত্র হয়
							
ಸಮಾನಾರ್ಥಕ : মর্যাদাসম্পন্ন
ಅರ್ಥ : বাসনা আৰু মনক নিজৰ বশত ৰখোতা
							ಉದಾಹರಣೆ : 
							সংযত ব্যক্তিয়েহে ধর্ম্্সাধনাৰ শী্র্ষত আৰোহণ কৰিব পাৰে
							
ಅರ್ಥ : নিয়ম, সংযম আদিৰে বান্ধ খাই থকা
							ಉದಾಹರಣೆ : 
							সংযত জীয়াই থাকিলে মানুহ সুখেৰে থাকে