ಅರ್ಥ : যিয়ে ধার্মিক অথবা সামাজিক সংস্কাৰৰ কাৰণে চেষ্টা চলায়
							ಉದಾಹರಣೆ : 
							স্বামী দয়ানন্দ সৰস্বতী এজন প্রসিদ্ধ সমাজ সংস্কাৰক আছিল
							
ಸಮಾನಾರ್ಥಕ : সংস্কাৰকর্তা
ಅರ್ಥ : যিয়ে দোষ বা ত্রুটিৰ সংস্কাৰ কৰে
							ಉದಾಹರಣೆ : 
							সংস্কাৰকৰ দ্বাৰা এই প্রশ্ন কাকতত সংশোধন কৰা হৈছে
							
ಸಮಾನಾರ್ಥಕ : সংশোধক