ಅರ್ಥ : নিজৰ কোনো ডাঙৰ বা কঠিন উদ্দেশ্য সিদ্ধিৰ বাবে মানুহক নিজৰ শক্তিৰে অত্যন্ত ভয়-ভীত খুৱাই ৰাখি কৰা সিদ্ধান্ত
							ಉದಾಹರಣೆ : 
							পাকিস্তানে কাশ্মীৰত সন্ত্রাসবাদৰ সৃষ্টি কৰিছে
							
ಸಮಾನಾರ್ಥಕ : আতংক, আতংকবাদ, সন্ত্রাসবাদ
ಅರ್ಥ : মানুহৰ মাজত ভয়ৰ সৃষ্টি হোৱা বা হাড়লৈকে কঁপি উঠা ভয়
							ಉದಾಹರಣೆ : 
							গুলি চলাৰ লগে লগে বজাৰত আতংকৰ সৃষ্টি হʼল
							
ಸಮಾನಾರ್ಥಕ : আতংক
ಅರ್ಥ : বহুত কঠোৰ ব্যৱহাৰ, অত্যাচাৰ, প্রকোপ আদিৰ কাৰণে মনত উৎপন্ন হোৱা ভয়
							ಉದಾಹರಣೆ : 
							কাশ্মীৰত উগ্রপন্থীৰ সন্ত্রাস বিয়পি আছে
							
ಸಮಾನಾರ್ಥಕ : আতংক