ಅರ್ಥ : ভোজন কৰাৰ নিশ্চিত সময়
							ಉದಾಹರಣೆ : 
							আজিও আমাৰ দেশৰ দুখীয়াসকলে দিনে দুবেলা খাবলৈ নাপায়
							
ಸಮಾನಾರ್ಥಕ : বেলা
ಅರ್ಥ : যি সাধন স্বৰূপ সময়াবধি কাৰোবাৰ নিয়ন্ত্রণত থাকে
							ಉದಾಹರಣೆ : 
							মোৰ ওচৰত খাবৰ বাবেও সময় নাই মোৰ বেছিভাগ সময় আপোনাৰ এই কামতেই গুছি গʼল
							
ಅರ್ಥ : * যিখিনি সময়ক লৈ কাৰোবাৰ জীৱন গঢ় লৈ উঠিছে
							ಉದಾಹರಣೆ : 
							ৰজাৰ শেষৰ সময়খিনি বৰ কষ্টদায়ক আছিল
							
ಸಮಾನಾರ್ಥಕ : মুহূর্ত
ಅರ್ಥ : কোনো বিশেষ অৱস্থাত কোনো কাম কৰাৰ কাৰণে বা নিজৰ দায়িত্ব সম্পূর্ণ ্কৰাৰ কাৰণে পোৱা সময়
							ಉದಾಹರಣೆ : 
							ঋণ পৰিশোধ কৰাৰ কাৰণে আপোনাক আৰু চাৰিদিনৰ সময় দিয়া হৈছে