ಅರ್ಥ : সমাজৰ সকলো লোকে সমান অধিকাৰ পাব লাগে আৰু সকলোলোকৰ থকা-খোৱাৰ ব্যৱস্থা একে ধৰণৰ হʼব লাগে বুলি প্রতিপন্ন কৰিব খোজা এক ধৰণৰ বাদ
							ಉದಾಹರಣೆ : 
							সাম্যবাদৰ দ্বাৰা প্রেম আৰু ভ্রাতৃত্ববোধ বৃদ্ধি পায়
							
ಅರ್ಥ : যি বাদে সকলোকে সমান জ্ঞান কৰে
							ಉದಾಹರಣೆ : 
							সাম্যবাদে বিশ্বত শান্তি আনিব পাৰে
							
ಸಮಾನಾರ್ಥಕ : সমতাবাদ