ಅರ್ಥ : ছটিয়াই দিয়া অৱস্থা বা ভাব
							ಉದಾಹರಣೆ : 
							খেতি পথাৰত বীজ সিঁচা ভালদৰে কৰিব লাগে
							
ಅರ್ಥ : কোনো তৰল পদার্থ ছটিওৱা কার্য
							ಉದಾಹರಣೆ : 
							ৰোগৰ পৰা শস্য ৰক্ষা কৰিবৰ কাৰণে ঔষধ ছটিওৱাটো আৱশ্যক
							
ಸಮಾನಾರ್ಥಕ : ছটিওৱা
ಅರ್ಥ : চাৰিওফালে প্রসাৰিত কৰা
							ಉದಾಹರಣೆ : 
							খেতিয়কজনে পথাৰত বীজ সিঁচি আছে
							
ಸಮಾನಾರ್ಥಕ : সিঁচি দিয়া, সিঁচৰতি কৰা
ಅರ್ಥ : গজিবলৈ খেতিত বীজ সিঁচৰতি কৰি পেলোৱা
							ಉದಾಹರಣೆ : 
							খেতিয়কে খেতি-পথাৰত ঘেঁহু সিঁচিছে
							
ಸಮಾನಾರ್ಥಕ : গুটি ছটিওৱা, গুটি সিঁচা, ছটিওৱা