ಅರ್ಥ : আর্থিক লোকচানৰ পৰা পোৱা ৰক্ষা
							ಉದಾಹರಣೆ : 
							বীমাই বিপত্তিৰ সময়ত সুৰক্ষা প্রদান কৰে
							
ಅರ್ಥ : ভাল ধৰণে কৰা ৰক্ষা
							ಉದಾಹರಣೆ : 
							এই দেশ সেইসকল বীৰৰ প্রতি কৃতজ্ঞ, যিসকলে দেশৰ সুৰক্ষাৰ কাৰণে সীমান্তত প্রহৰী হৈ আছে
							
ಸಮಾನಾರ್ಥಕ : নিৰাপত্তা, সুৰক্ষণ, ৰক্ষণাবেক্ষণ