ಅರ್ಥ : যাক ৰক্ষা কৰা হৈছে
							ಉದಾಹರಣೆ : 
							সেনাৰ দ্বাৰা দেশৰ সীমা ভালদৰে সুৰক্ষিত হৈ আছে
							
ಸಮಾನಾರ್ಥಕ : ৰক্ষিত
ಅರ್ಥ : যাক ভালদৰে ৰক্ষা কৰা হৈছে
							ಉದಾಹರಣೆ : 
							আপোনাৰ লʼৰাটো মোৰ ওচৰত সুৰক্ষিত হৈ আছে
							
ಅರ್ಥ : হানি নোহোৱাকৈ থকা এক স্থিতি বা পৰিস্থিতি
							ಉದಾಹರಣೆ : 
							আন্ধাৰ হোৱাৰ আগতেই আমি এক সুৰক্ষিত ঠাইত গৈ উপনীত হʼলো
							
ಸಮಾನಾರ್ಥಕ : নিৰাপদ