ಅರ್ಥ : ধক-ধক কৰা বা স্পন্দিত কৰা
							ಉದಾಹರಣೆ : 
							সাধাৰণ মানুহৰ হৃদয় এক মিনিটত প্রায় বাসত্তৰ বাৰ স্পন্দিত হয়
							
ಅರ್ಥ : ভয়, দুর্বল্্তা, জ্বৰ আদিৰ বাবে হৃদয় ধক-ধক কৰা বা স্পন্দিত হোৱা
							ಉದಾಹರಣೆ : 
							ক্রোধিত হʼলে হৃদয় জোৰেৰে ধপধপায়
							
ಸಮಾನಾರ್ಥಕ : ধপধপোৱা