ಅರ್ಥ : যি স্বার্থৰে ভৰা বা নিজৰ মতলব ৰ কথা ভাবে
							ಉದಾಹರಣೆ : 
							আজিৰ সমাজ স্বার্থপৰেৰে ভৰি আছে
							
ಸಮಾನಾರ್ಥಕ : আত্মকেন্দ্রিক, মতলবী
ಅರ್ಥ : যি স্বার্থৰে পৰিপূর্ণ ্ বা যি নিজৰ প্রয়োজন আদায় কৰি লয়
							ಉದಾಹರಣೆ : 
							স্বার্থপৰ ্ মানুহৰ পৰা আঁতৰি থাকিব লাগে
							
ಸಮಾನಾರ್ಥಕ : আত্মকেন্দ্রিক, আত্মগ্রাহী, আত্মপৰায়ণ, আত্মসর্ব্বস্ব, স্বার্থান্বেষী, ্স্বার্থপ্রণোদিত, ্স্বার্থপৰ্ায়ণ