ಅರ್ಥ : কোনো বিশেষ ঘটনা বা ব্যক্তিৰ স্মৃতিত সজা কোনো সৌধ বিশেষ
							ಉದಾಹರಣೆ : 
							ভাৰতত বহুতো ঐতিহাসিক স্মাৰক আছে
							
ಅರ್ಥ : কাৰোবাৰ স্মৃতিক ধৰি ৰখা কোনো কাম, পদার্থ ্বা নি্র্মাণ
							ಉದಾಹರಣೆ : 
							মায়ে আইতাৰ স্মৃতিচিহ্নক সযতনে আলমাৰীত থৈ দিলে
							
ಸಮಾನಾರ್ಥಕ : স্মৃতিচিহ্ন