ಅರ್ಥ : কোনো বস্তুৰ সৰু-সৰু অংগ বা অংশ ছিঙি পৰা অৱস্থা
							ಉದಾಹರಣೆ : 
							তেওঁৰ চুলি বহুত সৰিছে
							
ಸಮಾನಾರ್ಥಕ : সৰি পৰা
ಅರ್ಥ : ঝাড়ুৰে জাবৰ আদি গুচোৱা কার্য
							ಉದಾಹರಣೆ : 
							তেওঁ নিজৰ ঘৰটোত ঝাড়ু দিছে
							
ಸಮಾನಾರ್ಥಕ : ঝাড়ু দিয়া, ঝাড়ু লগোৱা