ಅರ್ಥ : ওলাই থকা বা ফুলি অহা কোনো তল বা খণ্ডক ভিতৰলৈ হেঁচি ধৰা
							ಉದಾಹರಣೆ : 
							ডাক্তৰে হাতৰ ডাঙৰ হৈ অহা ফোঁহাটো চেপি ধৰিলে
							
ಸಮಾನಾರ್ಥಕ : চেপি ধৰা, হেচুকি ধৰা
ಅರ್ಥ : কিহবাৰ ওপৰত এনেদৰে জোৰ দিয়া যাতে সেইটো পিছলৈ আঁতৰি যায়
							ಉದಾಹರಣೆ : 
							কম্পিটাৰ চলাবৰ কাৰণে গুল্লুৱে তাৰ চুইছটো দবালে
							
ಸಮಾನಾರ್ಥಕ : দবোৱা