ಅರ್ಥ : আকাশলৈ উৰি গৈ ফুটা এক ধৰণৰ ফটকা
							ಉದಾಹರಣೆ : 
							দেৱালীৰ দিনা আমি ৰকেট ফুটালোঁ
							
ಅರ್ಥ : ইন্ধন হিচাপে এক ধৰণৰ বিশেষ গেছ জাতীয় পদার্থ প্রয়োগ কৰি উৎক্ষেপণ কৰা এক ধৰণৰ আকাশীযান
							ಉದಾಹರಣೆ : 
							মহাকাশ গৱেষণা কেন্দ্রৰ পৰা ৰকেটত কৃত্রিম উপগ্রহ সংলগ্ন কৰি আকাশলৈ পঠোৱা হয়