ಅರ್ಥ : বস্তুৰ আদান-প্রদানৰ প্রক্রিয়া
							ಉದಾಹರಣೆ : 
							বস্তুৰ বিনিময় কৰাৰ প্রণালী অতি প্রাচীন
							
ಸಮಾನಾರ್ಥಕ : অদল-বদল, অদলী-বদলী, আদান-প্রদান, বিনিময়
ಅರ್ಥ : অলপ হেৰ-ফেৰ বা পৰি্ৱর্তন
							ಉದಾಹರಣೆ : 
							শ্যামৰ ঘৰটোৰ ৰদ-বদল  দেখি আমি হতচকিত ্হʼলোঁ
							
ಸಮಾನಾರ್ಥಕ : সালসলনি
ಅರ್ಥ : এটাক এৰি তাৰ ঠাইত আনক গ্রহণ কৰা কার্য
							ಉದಾಹರಣೆ : 
							বিক্রী হোৱা বস্তুৰ ৰদ-বদল নহয়
							
ಸಮಾನಾರ್ಥಕ : অদল-বদল