ಅರ್ಥ : বদচাহ সম্বন্ধীয় বা বাদচাহৰ
							ಉದಾಹರಣೆ : 
							আমি ৰাজকীয় মহলবোৰ পৰি্দর্শন কৰিলো
							
ಅರ್ಥ : ৰজাসকলৰ দৰে
							ಉದಾಹರಣೆ : 
							আজিকালিৰ মন্ত্রীসকলৰ জীৱন ৰাজকীয় হয়
							
ಅರ್ಥ : ৰজাৰ বা ৰজা সম্বন্ধীয়
							ಉದಾಹರಣೆ : 
							এই মহলত ৰাজকীয় বস্তু সংগ্রহিত হৈ আছে
							
ಅರ್ಥ : ৰাজ্যৰ সৈতে সম্বন্ধ ৰাখোঁতা
							ಉದಾಹರಣೆ : 
							ৰাজকীয় সমস্যাবোৰৰ প্রতি অৱহেলা কৰা অনুচিত
							
ಅರ್ಥ : দেশীয় ৰাজ্যৰ লগত সম্বন্ধ ৰাখোতা
							ಉದಾಹರಣೆ : 
							বিদ্রোহীয়ে ৰাজকীয় খাজানা লুটিলে