ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ কাল ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

কাল   বিশেষ্য

ಅರ್ಥ : শৰীৰৰ পৰা প্রাণবায়ু ওলাই যোৱা কার্য

ಉದಾಹರಣೆ : জন্মিলে মৃত্যু হʼবই

ಸಮಾನಾರ್ಥಕ : আয়ুপাত, আয়ুশেষ, আয়ুস ওকলা-, ইহলোক ত্যাগ কৰা-, কালগ্রাম, চকু মুদা-, চকুৰ আঁৰ্ হোৱা-, জীৱন পতন, জীৱন পাত কৰা-, ঢুকুৱা-, তিৰোধান, তিৰোভাৱ, দেহাৱসান, ধাতু উৰা-, নাম লুকোৱা-, প্রাণ পখী উৰি যোৱা-, প্রাণ-নাশ, প্রাণত্যাগ, প্রয়াণ, পয়াণ, পৰলোক হোৱা-, বিয়োগ হোৱা-, বৈকুণ্ঠ পয়াণ, মহাপ্রস্থান, মহাপ্রয়াণ, মহাযাত্রা, মৃত্যু, মোক্ষ লাভ, মৰণ, মৰা-, লোকান্তৰ, লোকান্তৰ হোৱা-, হানি হোৱা-

ಅರ್ಥ : অতীত, বর্ত্্মান আৰু ভৱিষ্যতৰ ধাৰণাৰ বাবে মিনিট, ঘণ্টা, বছৰ আদিত জোখা দূৰত্ব বা গতি

ಉದಾಹರಣೆ : সময় কাৰোবাবে ৰৈ নাথাকে

ಸಮಾನಾರ್ಥಕ : ক্ষণ, বেলা, সময়

ಅರ್ಥ : (ব্যাকৰণত) কার্য ্সম্পাদন কৰা বা হোৱাৰ সময়

ಉದಾಹರಣೆ : কাল প্রধানকৈ তিনি প্রকাৰৰ

ಅರ್ಥ : অন্তিম নিশ্বাস লোৱা বা মৰাৰ সময়

ಉದಾಹರಣೆ : তেওঁৰ মৃত্যু অতি ওচৰত

ಸಮಾನಾರ್ಥಕ : মৃত্যু, মৰণ কাল

ಅರ್ಥ : সংস্কৃতিৰ ইতিহাসত সময় আৰু অৱস্থা আদিৰ দৃষ্টিৰে নিজৰ এক সুকীয়া বা মহত্বপূর্ণ ্ স্থান ৰাখি থৈ যোৱা নামাংকিত সময়

ಉದಾಹರಣೆ : মই আপোনাক বৈদিক যুগৰ এটা কাহিনী কʼম ???

ಸಮಾನಾರ್ಥಕ : দিন, যুগ

ಅರ್ಥ : ইতিহাসৰ এনে এটা বৃহৎ সময়, যʼত প্রধানকৈ একে ধৰণৰ কাম, ঘটনা আদি হয়

ಉದಾಹರಣೆ : বৈষ্ণৱ যুগক অসমীয়া সাহিত্যৰ স্বর্ণ-যুগ বোলা হয়

ಸಮಾನಾರ್ಥಕ : যুগ, সময়