ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সূতা, ৰছী আদিত কিবা ভৰোৱা
ಉದಾಹರಣೆ : মালতীয়ে ৰং-বিৰঙৰ ফুলৰ মালা গুঁঠি আছে
ಸಮಾನಾರ್ಥಕ : গ্রন্থন কৰা
ಅರ್ಥ : হাত অথবা যন্ত্রৰে কিছুমান সুতা ওপৰলৈ আৰু কিছুমান সুতা তললৈ নি কোনো বস্তু তৈয়াৰ কৰা কার্য
ಉದಾಹರಣೆ : সীতাই নিজৰ ্ কেঁচুৱাটোৰ কাৰণে এটা চুৱেটাৰ গুঠি আছে
ಸಮಾನಾರ್ಥಕ : গাঁথা, বোৱা
ಸ್ಥಾಪನೆ