ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ গোলাপ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

গোলাপ   বিশেষ্য

ಅರ್ಥ : কাঁইটীয়া গছত ফুলা এবিধ ধুনীয়া সুগন্ধি ফুল

ಉದಾಹರಣೆ : ফুলৰ বাগিচাত বিভিন্ন ৰঙৰ গোলাপ ফুলি আছে

ಸಮಾನಾರ್ಥಕ : গোলাপ ফুল

ಅರ್ಥ : নিজকে আনতকৈ বহুত বেছি যোগ্য, সমর্থ ্ বা জনা বুলি দেখুওৱা ভাব:অহংকাৰে মানুহৰ পতন আনে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : অতিমান, অতি্দর্প, অস্মিতা, অহংকাৰ, অহংভাব, অহমিকা, আত্মম্ভ, আত্মম্ভৰিতা, আস্পর্দ্ধা, ওফাইদাং, ওৱাইদং, ঔদ্ধত্য, কেৰামত, কেৰামতালি, গণ্ডপ, গপ, গপ-ভেম, গপাগপি, গর্ব্ব, গর্ব্বভ্াব, গহ, গোমঠালি, টকচালি, টিংখোপ, ডাঙ্কোপ, তমতমি, তায়া, দম্ভ, দর্প, দাম্ভিকতা, ধৃষ্টতা, পায়তাৰা, ফাতিহা, ফিতাহি, ফুটনি, ফোপ-যহ, ফৰমাহি, বেয়াদপি, বৰকথা, বৰমতা, বৰমতালি, বৰাই, ভেম, ভৰক, ভৰকনি, মইমতালি, মতগর্ব, মতমতনি, মহত, মহতালি, হুমঠালি, ্ দম্ভালি, ্ ফর্মাহি

ಅರ್ಥ : সুন্দৰ সুগন্ধি ফুল ফুলা এবিধ ্কাঁইটীয়া উদ্ভিদ

ಉದಾಹರಣೆ : তেখেতে নিজৰ ঘৰৰ সন্মুখত গোলাপ ফুল ৰাখিছে