ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ পতিতা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

পতিতা   বিশেষ্য

ಅರ್ಥ : ধন লৈ সম্ভোগ কৰোৱা নাৰী

ಉದಾಹರಣೆ : কিছুমান অবোধ ছোৱালীক বলপূর্বকভ্াৱে বেশ্যা বনোৱা হয়

ಸಮಾನಾರ್ಥಕ : গণিকা, ডাংকাটী, দেহোপজীৱিনী, ধেমনী, নটিনী, নটী, নষ্টা, নাগৰী, নাটেশৰী, বনৰী, বাৰবণিতা, বাৰবধু, বাৰবিলাসিনী, বাৰাঙ্গনা, বাৰেপৈয়াঁতী, বেশ্যা, ব্যভিচাৰিণী, ভ্রষ্টা, মাগী, স্বৈৰিণী, ৰক্ষিতা, ৰাজহী, ৰাণ্ডী, ৰেণ্ডী

ಅರ್ಥ : চৰিত্রৰ পতন হোৱা তিৰোতা

ಉದಾಹರಣೆ : পতিতাত আমাৰ সমাজত মর্যাদা দিয়া নহয়

ಸಮಾನಾರ್ಥಕ : দুশ্চৰিত্রা

পতিতা   বিশেষণ

ಅರ್ಥ : বেয়া চৰিত্রৰ তিৰোতা

ಉದಾಹರಣೆ : পতিতা স্ত্রীয়ে সমাজত কেতিয়াও সন্মান লাভ কৰিব নোৱাৰে

ಸಮಾನಾರ್ಥಕ : অসতী, দুশ্চৰিত্রা

ಅರ್ಥ : যি ব্যভিচাৰ কৰে বা অনেক পুৰুষৰ লগত অনুচিত ্সম্পর্ক ্ ৰাখে

ಉದಾಹರಣೆ : ব্যভিচাৰিণী নাৰীয়ে সমাজত সন্মান নাপায়

ಸಮಾನಾರ್ಥಕ : চৰিত্রহীনা, নষ্টা, বনৰী, ব্যভিচাৰিণী, ভ্রষ্টা, স্বৈৰিণী, ৰাজহী